TUMI AARU MOI Lyrics | PABHO JORA 3.0

TUMI AARU MOI Lyrics is written by DIGANTA BHARATI.  The song TUMI AARU MOI has been sung by CHANDAN DAS, DIMPY SONOWAL and the song has Rap KUSSUM KAILASH.  This is Assamese Rap Song.

TUMI AARU MOI Lyrics

বোৱতী নদী এখন
লহৰে ধুৱাই যিখন
পিৰিতি নামে সিখন
হাই ঐ হাই ঐ মোৰে কলিজা
মৰম সোঁতে বাগৰে
জীৱন সাগৰ চুবলে
তোমাৰ মনে মোৰো মনে
গাঁঠি যোৰ বান্ধি লৈ
হাঁহি চকু পানীৰে
খেলা খেলে জীৱনে
লৈও যাব দিওঁ দিব
দুয়োকে দুগুণে দুয়োকে দুগুণে সুখত
শুকুলা চৰাই সপোনৰ
উৰি যায় উৰি যায়
পাভ যোৰা হৈ চায়ে ৰ’ম
তুমি আৰু মই
ঐ বৰহমঠুৰীয়া আবেলি আবেলি
লাহে দৈ বেলি চাম
শেৱালি ফুলিয়া গধূলি গধূলি
তৰা ফুল বাচিম
সপোনে নুখুৱায় তোমাক
যদি নোসোমাও আখলত
হেতা-কেৰাহী ঘূৰিলেহে খাবলৈ হ’ব
ঐ কীৰ্তন সাৱটিছোঁ
গুণমালা জপিছোঁ
তোমাক লাগে বুলিছোঁ
হাই ঐ হাই ঐ মোৰে কলিজা
কিনো গুণে গনিছোঁ
নিজকো নুশুনিছোঁ
তোমালৈয়ে মৰিছোঁ
হাই ঐ হাই ঐ মোৰে কলিজা
Rap:
পাভ যোৰা পাতি থৈছ ভাল লাগে চাই
একেলগে তহঁতক দেখি মৰম লাগি যাই
মিলিছে মিলক তহঁতৰ যোৰা
যেন শ্ৰীকৃষ্ণ ৰাধা
কোৱাজনে কৈ যাওক
বোৱা নদী বৈ যাওক
চন্দন- ডিম্পীৰ পাভ-যোৰা থাকি যাওক
ঐ মৰোৱা বজাৰত তোমাৰে মৰমত
খাৰু হৈ উলমিম
লিৰিকি বিদাৰি কিনি মোক আনিবা
দুহাত শুৱাই ধৰিম
এনে ঘটনা ঘটিব
বুলি নহ’লেই ভাবিবৰ
সোনামুৱা তোমাক দেখিয়েই
কলিজা গলিল
This is the end of TUMI AARU MOI lyrics. If you find any mistake in lyrics of TUMI AARU MOI, please send correct lyrics using contact us form.

Also Read

Leave a Comment