NOJONAKE NUBUJAKE SONG LYRICS
Nojonakoi Nubujakoi song sung by Neel Akash.
Neel Akash is a very good singer of Assam who sings assamese super hit song If you have any problem in Nojonakoi Nubujakoi lyrics then contact us.
NOJONAKE NUBUJAKE VIDEO
Lyrics
Kinu Sawonire Sala Muk Oi Lyrics
Assamese Fonts
স্থায়ী-
নজনাকে… নুবুজাকে.. পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না পৰিলোঁ তোমাৰে প্ৰেমতে …
নভবাকে… পগলা হৈ…বিচাৰো তোমাকে কাষতে চোৱা না বিচাৰো তোমাকে কাষতে…
নোৱাৰো থাকিবলে অকলে অকলে…
গুচি যাম দূৰণিলে, তোমাকে নাপালে…
নজনাকে …নুবুজাকে..পগলা হৈ বাৰে বাৰে…..
1.অন্তৰা-
চকুতে চকু থৈ কিনো কথা কলা…
পলকতে হিয়া খনি কাঢ়ি নিলা…
মিচিকি হাঁহিটো মুকুতা সৰা…
সপোনতো বাৰে বাৰে খেদি ফুৰা…
এতিয়া তুমিযে মোৰ বুকুতে ওমলা..
ভাবিলে বাঢ়ে মৰম এতুলা দুতুলা…
নজনাকে …নুবুজাকে..পগলা হৈ বাৰে বাৰে…..
2অন্তৰা-
শুনা ,শুনা ,শুনানা…চোৱা চোৱা চোৱানা..
কেনেকৈ নো মই বুজাও মই তোমাক..
তুমি জানো বুজি পাবা…
তুমি জানো ভাবি চাবা..
তুমিয়ে যে মাথোঁ মোৰ জোনাক..
সপোনৰে তুমি পখিলা,অ..’ অ’.. অ….
অজানিতে চুমা আঁকি উৰি ফুৰা….
নজনাকে …নুবুজাকে..পগলা হৈ বাৰে বাৰে…..
পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না
পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না
পৰিলোঁ তোমাৰে প্ৰেমতে…